Category Archives: Uncategorized
মায়দিয়া
ডিচেম্বৰ মাহৰ শেষৰফালে অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ সদৰ ৰয়িঙলৈ গৈছিলোঁ ৷ উদ্দেশ্য আছিল তাপৰা মায়দিয়ালৈ গৈ বৰফ চোৱাৰ ৷ গুৱাহাটীৰপৰা তিনিচুকীয়ালৈ ৰাজধানী এক্সপ্রেছেৰে যাত্রা৷ তিনিচুকীয়াৰ ৰেলৱে ষ্টেচনৰ কাষতে থকা হোটেল এখনত কিছু সময় জিৰণি লবলৈ সোমালোঁ ৷ ১০ মান বজাত তিনিচুকীয়াৰপৰা গাড়ীৰে গৈ ছৈখোৱা ঘাট পালোঁ ৷ দূৰৈৰপৰাই নিৰ্মীয়মান অৱস্থাত থকা ধলা শদিয়া …
ছেংছুৱেৰী ছং ৰিজৰ্ট
ছেংছুৱেৰী ছং ৰিজৰ্ট গুৱাহাটীৰপৰা ৭৩ কিলোমিটাৰ দূৰত্বত আৰু মেঘালয়ৰ নংপোৰপৰা ২৫.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছেংছুৱেৰী ছং ৰিজৰ্ট ৷ মেঘালয়ৰ ৰি-ভয় জিলাৰ উমস্নিং খণ্ডৰ আৰটিয়াং নামৰ শান্ত গাঁওখনত প্রকৃতিৰ মাজত এই ৰিজৰ্টখন ৷ গ্রাম্য পৰ্যটনৰ এজন উদ্যোগী মেঘালয়ৰ দীপক লালুৱে এই ৰিজৰ্ট্ খন বহু চিন্তা চ্ৰৰ্চা কৰি গঢ় দি তুলিছে ৷ ২০১৯ চনৰ জুন মাহৰ এটা …
পইনছেটিয়া
পইনছেটিয়া আকৌ আহিল ডিচেম্বৰ, ৰঙা হৈ ফুলিল পইনছেটিয়া………. বৰদিনৰ সৈতে পইনছেটিয়াৰ গভীৰ সম্পৰ্ক ৷ ১৬ শতিকাৰপৰা মেক্সিকোত বৰদিনৰ সৈতে পইনছেটিয়াৰ সম্পৰ্ক স্থাপিত হয় ৷ কথিত আছে যে মেক্সিকোত মাৰিয়া নামৰ এজনী খুব দুখীয়া ছোৱালীয়ে এবাৰ বৰদিনত যীশুক জন্মদিনৰ উপহাৰ স্বৰূপে দিবলৈ হাতত একোয়েই নথকা বাবে এজোপা বনৰীয়া ফুল গছকে আনি গীৰ্জাৰ বেদীত থৈ দিলে ৷ …
Introduce Yourself (Example Post)
This is an example post, originally published as part of Blogging University. Enroll in one of our ten programs, and start your blog right. You’re going to publish a post today. Don’t worry about how your blog looks. Don’t worry if you haven’t given it a name yet, or you’re feeling overwhelmed. Just click the …